అర్థం : জিকিব নোৱাৰা অৱস্থা
ఉదాహరణ :
এই নি্র্বাচনত তেওঁৰ ্ পৰাজয় নিশ্চিত
పర్యాయపదాలు : ঘাটন, পৰাজয়, পৰাজয়স্বীকাৰ, পৰাভৱ, পৰাস্ত, বশ্যতাস্বীকাৰ, হাৰণ, হৰা-
అర్థం : ফুল, মণি আদিৰে গোলাকাৰভাৱে সূতাত গাঁঠি লোৱা আৰু ডিঙিত পৰিধান কৰিব পৰা বস্তু
ఉదాహరణ :
তেওঁৰ ডিঙি মুকুতাৰ মালাৰে সুশোভিত হৈ আছিল
పర్యాయపదాలు : মালা