సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : হালধি, কেশৰ আদিৰ ৰঙৰ দৰে ৰং
ఉదాహరణ : এঠাইত হালধীয়া আৰু আন ঠাইত ৰঙা ভৰোৱা
పర్యాయపదాలు : হালধীয়া ৰং
అర్థం : কেশৰৰ ৰঙৰ
ఉదాహరణ : যজ্ঞথলীৰ ঠায়ে-ঠায়ে হালধীয়া ধ্বজা উৰি আছিল
అర్థం : হালধিৰ দৰে ৰঙৰ
ఉదాహరణ : তেওঁ পিন্ধা কাপোৰখন হালধীয়া
పర్యాయపదాలు : পাণ্ডুৰ, পীতাভ, হাৰিদ্র
ఆప్ స్థాపించండి