పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి হাথিয়াৰ అనే పదం యొక్క అర్థం.

হাথিয়াৰ   বিশেষ্য

అర్థం : যাৰ সহায়ত কোনো কাম সমাধা কৰা হয়

ఉదాహరణ : কুঠাৰ এবিধ সাধাৰণ সঁজুলি

పర్యాయపదాలు : উপকৰণ, যতন, সঁজুলি, সাধন, হাতিয়াৰ

అర్థం : যুদ্ধৰ আহিলা বা সা-সৰঞ্জাম:ভাৰতে বিদেশৰ পৰা অস্ত্র-শস্ত্র ক্রয় কৰে

ఉదాహరణ :

పర్యాయపదాలు : অস্ত্র, অস্ত্র-শস্ত্র, অস্ত্র-সম্ভাৰ, আয়ুধ, যুদ্ধাস্ত্র, হাতিয়াৰ

అర్థం : যি আহিলা বা উপকৰণেৰে যুদ্ধ আদিৰ সময়ত শত্রুক আক্রমণ কৰা হয় অথবা আত্মৰক্ষা কৰা হয়

ఉదాహరణ : তেওঁ ্ধাৰাল অস্ত্রৰে বাঘটোৰ ওপৰত আঘাত কৰিলে

పర్యాయపదాలు : অস্ত্র, হাতিয়াৰ

అర్థం : * কোনো দেশৰ সকলো হাথিয়াৰ বা উপকৰণ

ఉదాహరణ : অস্ত্র শস্ত্রৰ বিষয়ত ভাৰত পাকিস্তানতকৈ বহুত আগত

పర్యాయపదాలు : অস্ত্র শস্ত্র, অস্ত্র-শস্ত্র