సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : হাতোৰাৰ লাক্ষণিক প্ৰয়োগ
ఉదాహరణ : মৃত্যুৰ হাতোৰাৰ পৰা কোনো বাচিব নোৱাৰে
అర్థం : পশু বা পক্ষীৰ আকোঁৰা পঞ্জা বিশেষ
ఉదాహరణ : নিগনিটো বাঘৰ হাতোৰাত পৰিল
పర్యాయపదాలు : পঞ্জা
అర్థం : পশু, পক্ষী আদিৰ হাত বা ভৰিৰ আঙুলিৰ সমষ্টি
ఉదాహరణ : বাঘটোৱে হৰিণাটোক হাতোৰাৰে হেঁচি ধৰিলে
పర్యాయపదాలు : পাঞ্জা, বাকুহা, হাঁতোৰা
అర్థం : সা-সঁজুলি আদিৰ ধৰা অংশ
ఉదాహరణ : বাচনটোৰ মুঠিটো ভগাত তাক ধৰিবলৈ অসুবিধা হৈছে
పర్యాయపదాలు : ঠাৰি, মুঠি, হাত, হেণ্ডেল
ఆప్ స్థాపించండి