సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যাৰ সহায়ত কোনো কাম সমাধা কৰা হয়
ఉదాహరణ : কুঠাৰ এবিধ সাধাৰণ সঁজুলি
పర్యాయపదాలు : উপকৰণ, যতন, সঁজুলি, সাধন, হাথিয়াৰ
అర్థం : যুদ্ধৰ আহিলা বা সা-সৰঞ্জাম:ভাৰতে বিদেশৰ পৰা অস্ত্র-শস্ত্র ক্রয় কৰে
ఉదాహరణ :
పర్యాయపదాలు : অস্ত্র, অস্ত্র-শস্ত্র, অস্ত্র-সম্ভাৰ, আয়ুধ, যুদ্ধাস্ত্র, হাথিয়াৰ
అర్థం : যি আহিলা বা উপকৰণেৰে যুদ্ধ আদিৰ সময়ত শত্রুক আক্রমণ কৰা হয় অথবা আত্মৰক্ষা কৰা হয়
ఉదాహరణ : তেওঁ ্ধাৰাল অস্ত্রৰে বাঘটোৰ ওপৰত আঘাত কৰিলে
పర్యాయపదాలు : অস্ত্র, হাথিয়াৰ
ఆప్ స్థాపించండి