అర్థం : গাত হাত বুলাই দিয়া কাৰ্য বা এক অৱস্থা
ఉదాహరణ :
হাত বুলোৱাৰ কাৰণে লʼৰাটো শুই গʼল
అర్థం : কোনো বস্তু বা শৰীৰৰ অংগ আদিৰ ওপৰত লাহে-লাহে হাত ফুৰাই দিয়া কার্য
ఉదాహరణ :
মাকে মৰমতে লʼৰা-ছোৱালীৰ গালত হাত বুলাইছে