పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి হাত అనే పదం యొక్క అర్థం.

হাত   বিশেষ্য

అర్థం : বস্তু ধৰিব পৰা আৰু কাম-কাজ কৰিব পৰা কান্ধৰ পৰা হাতোৰালৈকে থকা অংগ

ఉదాహరణ : তাৰ হাতত বৰ জোৰ আছে

పర్యాయపదాలు : কৰ, পাণি, ভূজ, হস্ত

అర్థం : শৰীৰৰ কান্ধৰ পৰা পঞ্জাৰ শীর্ষ্্লৈকে থকা অংশ

ఉదాహరణ : দুর্ঘ্্টনাত তেওঁৰ ্সোঁহাতখন ভাগিল

పర్యాయపదాలు : কৰ, হস্ত

అర్థం : কিলাকুটিৰ পৰা আঙুলিৰ আগলৈকে এক চব্বিশ আঙুলিয়া জোখৰ অংগ:এই কাপোৰখন দুহাত দীঘল

ఉదాహరణ :

పర్యాయపదాలు : কৰ, পাণি, হস্ত

అర్థం : মণিবন্ধৰ আগৰ অংশ

ఉదాహరణ : তেওঁৰ ্হাতখন মেছিনটোৰ তলত সোমাই গʼল

పర్యాయపదాలు : কৰ

అర్థం : কোনো স্থান বা কথাৰ ওচৰ পোৱাৰ শক্তি বা সামর্থ্য

ఉదాహరణ : এইটো কাম মোৰ সামর্থ্যৰ বাহিৰৰ ্তেওঁৰ প্রধানমন্ত্রীলৈকে হাত আছে

పర్యాయపదాలు : দখল, সামর্থ্য

అర్థం : সা-সঁজুলি আদিৰ ধৰা অংশ

ఉదాహరణ : বাচনটোৰ মুঠিটো ভগাত তাক ধৰিবলৈ অসুবিধা হৈছে

పర్యాయపదాలు : ঠাৰি, মুঠি, হাতোৰা, হেণ্ডেল