సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যাৰ তলতকৈ তাৰ ওচৰে-পাজৰে থকা তল ওখ বা যি অলপ তলত বা গভীৰত
ఉదాహరణ : এভাৰেষ্টৰ তুলনাত নন্দা দেৱী চাপৰ পর্বত
పర్యాయపదాలు : অনুচ্চ, চাপৰ, চাফৰ, চুটি-চাপৰ, চুটি-মুটি, নিম্ন
అర్థం : মাত্রা, আকাৰ, বিস্তাৰ আদিত সীমিত বা বেলেগৰ তুলনাত কম
ఉదాహరణ : মোৰ ঘৰটো বৰ সৰু শিশুৰ কাৰণে মই এটা অকণমানি খেলনা কিনিব লাগে
పర్యాయపదాలు : অকণমানি, অকমানি
అర్థం : সৰু আকাৰ বা অবয়ৱযুক্ত
ఉదాహరణ : বাওনা মানুহজনে জপিয়াই জপিয়াই গছৰ ডালটো ধৰিবৰ কাৰণে চেষ্টা কৰি আছে
పర్యాయపదాలు : বাওনা, বামন
అర్థం : যাৰ জন্ম পিছত হৈছে
ఉదాహరణ : লক্ষ্মণ ৰামৰ অনুজ ভায়েক আছিল
పర్యాయపదాలు : অনুজ, কনিষ্ঠ
అర్థం : দীঘ আৰু প্রস্থত কম
ఉదాహరణ : দর্জীয়ে ব্লাউজটো বৰ ঠেক কৰি চিলাই দিলে আজিকালিৰ বেছিভাগ ডেকা-গাভৰুৱে সৰু কাপোৰ পিন্ধিবলৈ ভাল পায়
పర్యాయపదాలు : চেপা, ঠেক
ఆప్ స్థాపించండి