అర్థం : কোনো বস্তুৰ সৰু-সৰু অংগ বা অংশ ছিঙি পৰা অৱস্থা
ఉదాహరణ :
তেওঁৰ চুলি বহুত সৰিছে
పర్యాయపదాలు : সৰি পৰা
అర్థం : ঝাড়ুৰে জাবৰ আদি গুচোৱা কার্য
ఉదాహరణ :
তেওঁ নিজৰ ঘৰটোত ঝাড়ু দিছে
పర్యాయపదాలు : ঝাড়ু দিয়া, ঝাড়ু লগোৱা