అర్థం : স্বেচ্ছাচাৰী হোৱা অৱস্থা
ఉదాహరణ :
ৰজাৰ স্বেচ্ছাচাৰিতাৰ বাবে প্রজাৰ মাজত ভয় সোমাই আছিল
అర్థం : নিজৰ খেয়াল-খুচিমতে অধিকাৰৰ প্রয়োগ কৰা
ఉదాహరణ :
ইংৰাজৰ মইমতালিত ভাৰতীয় জনতা অতীষ্ঠ হৈ পৰিছিল
పర్యాయపదాలు : মইমতালি