పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి স্বীকৃত అనే పదం యొక్క అర్థం.

স্বীকৃত   বিশেষণ

అర్థం : যাক অনুমতি দিয়া হৈছে

ఉదాహరణ : মই পঞ্চায়তৰ দ্বাৰা স্বীকৃত কামহে কৰোঁ

పర్యాయపదాలు : অনুজ্ঞাত, অনুমত, অনুমতি দিয়া, অনুমতি প্রদান কৰা, অনুমোদনপ্রাপ্ত, অনুমোদিত

అర్థం : যাৰ সহমত লাভ কৰিছে

ఉదాహరణ : চৰকাৰৰ দ্বাৰা স্বীকৃত এই আঁচনিখন অতি সোনকালে আৰম্ভ হʼব

పర్యాయపదాలు : অনুমোদনপ্রাপ্ত, অনুমোদিত, মঞ্জুৰ, সমর্থন্্প্রাপ্ত

అర్థం : যিটো স্বীকাৰ কৰা হৈছে

ఉదాహరణ : এইটো ভাৰত চৰকাৰৰ দ্বাৰা স্বীকৃত পৰিযোজনা

పర్యాయపదాలు : মান্য

అర్థం : যিটো অংগীকাৰ কৰা হৈছে বা যাক নিজৰ দায়িত্বত লোৱা হৈছে

ఉదాహరణ : তেওঁ নিজৰ কার্যভ্াৰ হাঁহিমুখে স্বীকাৰ কৰিলেএই সংস্থাটো চৰকাৰৰ দ্বাৰা স্বীকৃত

పర్యాయపదాలు : অংগীকৃত, অঙ্গীকৃত, গৃহীত, পৰিগৃহীত, স্বীকাৰ

అర్థం : যাৰ কাৰণে স্বীকৃতি লাভ কৰা হৈছে

ఉదాహరణ : স্বীকৃত আঁচনিখন এতিয়াও আৰম্ভ হোৱা নাই

పర్యాయపదాలు : অনুমতি প্রাপ্ত