పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి স্বীকাৰ কৰা అనే పదం యొక్క అర్థం.

স্বীকাৰ কৰা   ক্ৰিয়া

అర్థం : প্রস্তাৱ আদি মানি লোৱা বা কোনো কাম কৰিবৰ কাৰণে যোগাত্মক ৰূপত স্বীকাৰ কৰা

ఉదాహరణ : প্রাধ্যাপকে আমাৰ এই কামটোক স্বীকৃতি দিলে

పర్యాయపదాలు : সন্মতি জনোৱা, স্বীকৃতি দিয়া, হাঁ কৰা

అర్థం : সহমত হোৱা

ఉదాహరణ : মই আপোনাৰ কথা স্বীকাৰ কৰোঁ

పర్యాయపదాలు : মনা, মানি চলা, ৰাজি হোৱা

అర్థం : * কোনো ভূমিকা বা পদ আদি গ্রহণ কৰা

ఉదాహరణ : নিজৰ মাজতে বিচাৰ-বিশ্লেষণ কৰি সুৰেশে অধ্যক্ষৰ পদটো গ্রহণ কৰিলে

పర్యాయపదాలు : গ্রহণ কৰা, লোৱা

అర్థం : কোনো বস্তু, ব্যক্তি আদিক নিজৰ বুলি মানি লোৱা

ఉదాహరణ : মই হিন্দু ধর্মক স্বীকাৰ কৰোঁ

పర్యాయపదాలు : মনা, মানি লোৱা

అర్థం : * পৰীক্ষণ বা প্রমাণৰ কাৰণে স্বীকাৰ কৰা

ఉదాహరణ : ন্যায়ালয়ে আপোনাৰ মিছা যুক্তি মানি নলয়

పర్యాయపదాలు : মানা, স্বীকৃতি দিয়া

అర్థం : কোনো দায়িত্ব, কাম আদি কৰাৰ দায়িত্বভাৰ লোৱা

ఉదాహరణ : বিয়াৰ গোটেই দায়িত্বভাৰ মই লʼলোঁ

పర్యాయపదాలు : গ্রহণ কৰা, লোৱা