సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : সাধু, সন্ত আদিৰ বাবে সম্বোধন
ఉదాహరణ : আজি আমাৰ গাঁৱলে স্বামী মাধবানন্দ আহিছে
అర్థం : যাৰ কোনো বস্তুৰ আদিৰ ওপৰত সকলো ধৰণৰ অধিকাৰ আছে
ఉదాహరణ : মালিক চাকৰৰ ওপৰত খড়্গহস্ত হৈছিল
పర్యాయపదాలు : অধিপতি, গৰাকী, মালিক
అర్థం : স্ত্রীৰ দৃষ্টিত ্ তেওঁৰ বিবাহিত পুৰুষজন:শীলাৰ স্বামীয়ে খেতি কৰি নিজৰ পৰিয়ালটো পোহ-পাল দি আছে
ఉదాహరణ :
పర్యాయపదాలు : গিৰিয়েক, দৰা, পতি, পৈ, পৈয়েক, বৰ, মতা
ఆప్ స్థాపించండి