పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి স্বভাৱ అనే పదం యొక్క అర్థం.

স্বভাৱ   বিশেষ্য

అర్థం : সদায় আচৰণ কৰি লাভ কৰা এক ব্যৱহাৰিক নিয়ম:তেওঁ পুৱা সদায় সোনকালে উঠা অভ্যাস

ఉదాహరణ :

పర్యాయపదాలు : অভ্যাস, আত্মভাব, গুণ, চৰিত্র, ধর্ম, ধাত, প্রকৃতি, প্রবণতা, প্রবৃতি, প্রবৃত্তি, স্বৰূপ

అర్థం : সামাজিক সম্বন্ধত বেলেগৰ লগত কৰা আচাৰ

ఉదాహరణ : তেওঁৰ ব্যৱহাৰ ভাল নহয়

పర్యాయపదాలు : আচৰণ, আলেখ-লেখ, গতি-গোত্র, গতি-বিধি, গতি-মতি, চলন-ফুৰণ, চাল-চলন, ধৰণ-কৰণ, ব্যৱহাৰ, মতি-বুদ্ধি, স্বভাৱ-চৰিত্র, হাব-ভাব, ৰেহ-ৰূপ

అర్థం : বস্তু বা ব্যক্তিৰ নিজস্ব গুণ বা ধর্ম

ఉదాహరణ : তেওঁ ্ লাজুক স্বভাৱৰ

పర్యాయపదాలు : চৰিত্র, প্রকৃতি, মেজাজ, স্বৰূপ

అర్థం : দৈনন্দিন জীৱনত কৰা কার্য ্ বা ব্যৱহাৰ

ఉదాహరణ : সকলোৱে তেওঁৰ চৰিত্রৰ প্রশংসা কৰে

పర్యాయపదాలు : আচাৰ, আচাৰ-আচৰণ, আচাৰ-ব্যৱহাৰ, আচৰণ, চাল-চলন, চৰিত্র, ঢং, স্বভাৱ-চৰিত্র