అర్థం : যাৰ অধিকাৰ নাই
ఉదాహరణ :
ঘৰটোত স্বত্বহীন ব্যক্তি এজনে নিজৰ অধিকাৰ সাব্যস্ত কৰি বহি আছে
పర్యాయపదాలు : অধিকাৰহীন
అర్థం : স্বত্বৰ পৰা আঁতৰত
ఉదాహరణ :
ফুলপাহ মৰহি স্বত্বহীন হৈ পৰিল
అర్థం : অধিকাৰ নিদিয়া বা অধিকাৰ ৰহিত
ఉదాహరణ :
আপুনি আমাক বেলেগ কৰাৰ অনধিকাৰ চেষ্টা চলায় আছে
పర్యాయపదాలు : অনধিকাৰ