పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి স্বচ্ছ అనే పదం యొక్క అర్థం.

স্বচ্ছ   বিশেষণ

అర్థం : মেঘ নথকা

ఉదాహరణ : ৰাতি মেঘহীন আকাশত তৰাবোৰ জিলিকি আছিল

పర్యాయపదాలు : অভ্রহীন, নির্মেঘ, নি্র্ম্্ল আকাশ, নিৰভ্র, পৰিস্কাৰ আকাশ, মেঘমুক্ত, মেঘশূন্য, মেঘহীন

అర్థం : যাৰ সন্মুখত বা মাজত থাকিলেও সিপাৰৰ বস্তু দেখা পোৱা যায়

ఉదాహరణ : চিচা এবিধ প্রতিফলক পদার্থ

పర్యాయపదాలు : প্রতিফলক

అర్థం : যʼত কোনো ময়লা বা কলুষতা নাই

ఉదాహరణ : শুদ্ধ অন্তৰেৰে ঈশ্বৰক স্মৰণ কৰিব লাগেজুৰিৰ পানী নি্র্মল

పర్యాయపదాలు : অপংকিল, অপঙ্কিল, অমলিন, কলুষহীন, চাফা, নি্র্মল, পবিত্র, প্রাঞ্জল, পৰিষ্কাৰ, বিমল, বিশুদ্ধ, শুদ্ধ

అర్థం : শুদ্ধ বা ভ্রমহীনভাৱে দেখা পোৱা

ఉదాహరణ : শিক্ষকজনে ব্লেকবʼর্ডত ্ পাচনতন্ত্রৰ ছবি স্পষ্টকৈ আঁকি বুজাই দিলে

పర్యాయపదాలు : জলজল পটপট, দেখদেখ, প্রকট, পৰিষ্কাৰ, পৰিস্ফুট, ফটফটীয়া, স্পষ্ট