పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి স্থিৰ అనే పదం యొక్క అర్థం.

স্থিৰ   বিশেষণ

అర్థం : যিজন বিচলিত নহয়

ఉదాహరణ : অবিচলিত লোকে নিজৰ লক্ষ্যত সহজেই উপনীত হয়

పర్యాయపదాలు : অবিচল, অবিচলিত

అర్థం : যি সিদ্ধান্ত সলনি নহয়

ఉదాహరణ : পিতামহ ভীষ্মই বিয়া নাপাতো বুলি দৃঢ় প্রতিজ্ঞা কৰিলে তেওঁৰ নিজৰ সিদ্ধান্তত অটল

పర్యాయపదాలు : অটল, অবিচল, একনিষ্ঠ, একাগ্র, দৃঢ়, নিমগ্ন

అర్థం : যি চঞ্চল নহয়

ఉదాహరణ : মানুহজন গম্ভীৰ স্বভাৱৰ

పర్యాయపదాలు : অচঞ্চল, অচপল, গপচ, গম্ভীৰ, গহীন, গহীন-গম্ভীৰ, গুৰু-গম্ভীৰ, ধীৰ, সুগম্ভীৰ

అర్థం : যি নিজৰ ঠাইৰপৰা আঁতৰিব নোৱাৰে বা যাৰ গতি নাই

ఉదాహరణ : পাহাৰ-পর্বত স্থিৰ

పర్యాయపదాలు : অচল, অচৰ, অটল, অবিচল, অলৰ, অলৰ-অচৰ, গতিহীন, থিৰ, দৃঢ়, নিশ্চল, স্থাণু, স্থিতিশীল

అర్థం : যʼত তৰঙ্গ উঠি থকা নাই

ఉదాహరణ : শ্যামে স্থিৰ পানীতলৈ শিল দলিয়াই আছে

పర్యాయపదాలు : শান্ত

అర్థం : যʼত কোনো পৰি্ৱর্তন ্বা সাল-সলনি নহয় বা একে স্থিতিতে থকা

ఉదాహరణ : কিছুমান বস্তুক স্থিৰ তাপমানত ৰখা হয়

అర్థం : যাৰ চিত্ত স্থিৰ

ఉదాహరణ : স্থিৰচিত্তৰ লোকে বিপদ-আপদকলৈ চিন্তা কৰি নাথাকে

పర్యాయపదాలు : অচঞ্চল, অমত্ত, প্রশান্ত, শান্ত, স্থিৰচিত্ত

అర్థం : যি চলা-ফুৰা কৰিব নোৱাৰে

ఉదాహరణ : গছবোৰ সজীৱ সত্ত্বেও অচল

పర్యాయపదాలు : অচল, অচৰ, অলৰ-অচৰ, গতিহীন, গতিৰহিত, ঠৰ, নিথৰ, নিশ্চল, বেগহীন, স্থবিৰ, স্থানু, স্থিতিশীল

అర్థం : যাৰ গতি নাই, কিন্তু গতি দিব পৰা যায়

ఉదాహరణ : গতিহীন গাড়ীখন হঠাৎ চলিবলৈ ধৰিলে

పర్యాయపదాలు : অগতি, গতিশূন্য, গতিহীন