పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి স্থিতি అనే పదం యొక్క అర్థం.

স্থিতি   বিশেষ্য

అర్థం : * বিষন্নতা বা উত্তেজনাৰ অৱস্থা

ఉదాహరణ : তেওঁ এই সময়ত এনে অৱস্থাত আছে যে তেওঁৰ লগত তর্ক ্কৰা ঠিক নহʼব

పర్యాయపదాలు : অৱস্থা, দশা

అర్థం : পদ, মর্যাদা আদিৰ বিচাৰেৰে সমাজত কোনো ব্যক্তি, সংস্থা আদিৰ সেই বিধিসন্মত স্থিতি যি নিজৰ ক্ষেত্রত কিছু নিশ্চিত পৰিধি লাভ কৰে

ఉదాహరణ : কাৰোবাৰ স্থিতি্ তেওঁৰ মর্যাদা, পদ, সন্মান আদিৰ পৰিচায়ক হয়

పర్యాయపదాలు : অৱস্থিতি

అర్థం : সত্তাৰ ভাব

ఉదాహరణ : আমাৰ মনত কেতিয়াবা-কেতিয়াবা এইটো ভাবৰ উদয় হয় যে ঈশ্বৰৰ অস্তিত্ব আছে

పర్యాయపదాలు : অধিস্থান, অস্তিত্ব, অৱস্থিতি, বিদ্যমানতা, বিৰাজ, বিৰাজমানতা, সত্তা