సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : শিল, কাঠ আদিৰে বনোৱা গোলাকাৰ, চাৰিচুকীয়া থিয় ওখ খণ্ড বা এনেকুৱা আকাৰৰ এক গঠন
ఉదాహరణ : স্তম্ভৰ পৰা ভগৱান নৰসিংহ আৱি্র্ভাব হৈছিল
పర్యాయపదాలు : খুটা, পিলাৰ, স্তম্ভ
అర్థం : শালিবলৈ ব্যৱহৃত কাঠৰ বা বাঁহৰ খিলি
ఉదాహరణ : ৰাতিৰ আন্ধাৰত তেওঁ ্শালত খুন্দা মাৰিলে
పర్యాయపదాలు : কীলক, শাল
అర్థం : যি চলা-ফুৰা কৰিব নোৱাৰে
ఉదాహరణ : গছবোৰ সজীৱ সত্ত্বেও অচল
పర్యాయపదాలు : অচল, অচৰ, অলৰ-অচৰ, গতিহীন, গতিৰহিত, ঠৰ, নিথৰ, নিশ্চল, বেগহীন, স্থবিৰ, স্থিতিশীল, স্থিৰ
ఆప్ స్థాపించండి