అర్థం : যাক নিজৰ স্থানৰ পৰা আঁ্তৰাই পঠোৱা হৈছে
ఉదాహరణ :
স্থানচ্যুতৰ পুনর্বাস সমস্যাৰ সমাধান এতিয়ালৈকে হোৱা নাই
అర్థం : কোনো বস্তুক নিজৰ স্থানৰ পৰা আঁ্তৰাই দিয়া কার্য
ఉదాహరణ :
কৃত্রিম উপগ্রহক ৰকেটৰ জৰিয়তে স্থানচ্যুত কৰা হয়
అర్థం : নিজৰ স্থানৰ পৰা আঁতৰ্াই দিয়া
ఉదాహరణ :
তেওঁ ্ স্থানচ্যুত বস্তুবোৰ আকৌ নিজৰ নিজৰ ঠাইত ৰাখিছিল
పర్యాయపదాలు : অপসাৰিত, অপসৃত, দূৰীকৃত, দূৰীভূত, স্থানান্তৰিত