సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যোগ্যতা অনুসৰি ্কর্ম্্চাৰীয়ে লাভ কৰা স্থান
ఉదాహరణ : আপুনি এই সংস্থাটোৰ কোনটো পদত আছে
పర్యాయపదాలు : পদ
అర్థం : এক অমূর্ত্ত ্মানসিক স্থান
ఉదాహరణ : মোৰ হৃদয়ত তেওঁৰ ্কাৰণে বিশেষ ঠাই আছে
పర్యాయపదాలు : ঠাই
అర్థం : যি নির্দিষ্ট ভূভাগত কোনো ঘৰ, প্রাকৃতিক শোভা বা কোনো বিশেষ কাৰণ আছে
ఉదాహరణ : কাশী হিন্দুসকলৰ ধর্মীয় স্থান
పర్యాయపదాలు : ক্ষেত্র, জেগা, ঠাই, থল, থান, প্রদেশ, ভূমি, স্থল
ఆప్ స్థాపించండి