పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి স্তম্ভ అనే పదం యొక్క అర్థం.

স্তম্ভ   বিশেষ্য

అర్థం : শিল, কাঠ আদিৰে বনোৱা গোলাকাৰ, চাৰিচুকীয়া থিয় ওখ খণ্ড বা এনেকুৱা আকাৰৰ এক গঠন

ఉదాహరణ : স্তম্ভৰ পৰা ভগৱান নৰসিংহ আৱি্র্ভাব হৈছিল

పర్యాయపదాలు : খুটা, পিলাৰ, স্থানু

అర్థం : ডাঙৰ, উচ্চ আৰু বহুত ডাঙৰ অট্টালিকা

ఉదాహరణ : ডাঙৰ চহৰতহে স্তম্ভ দেখিবলৈ পোৱা যায়

అర్థం : যিজন ব্যক্তিৰ কথা-বতৰা, তথ্য আদি কোনো সংস্থাৰ কার্য নি্র্ধাৰণৰ আধাৰ স্বৰূপ হয়

ఉదాహరణ : মোৰ শিক্ষাগুৰু এই মহাবিদ্যালয়ৰ এক স্তম্ভ স্বৰূপ

అర్థం : বাতৰি কাকতৰ পৃষ্ঠা, গ্রন্থ আদিৰ লিখনিৰ ঠিয় বিভাগ যʼত ওপৰৰ পৰা তললৈ কোনো বিশেষ কথা, সংখ্যা আদি থাকে

ఉదాహరణ : আপুনি কোনটো স্তম্ভ পঢ়ি আছে

అర్థం : কোনো ভৱনৰ লগত সংলগ্ন হৈ থকা বা অকলে থিয় হৈ থকা মানুহে নি্র্মাণ কৰা এক অৱয়ব, যাৰ উচ্চতা তাৰ ব্যাসতকৈ বেছি

ఉదాహరణ : মিনাৰৰ ভিতৰত হায়দৰাবাদৰ চাৰমিনাৰ প্রসিদ্ধ

పర్యాయపదాలు : মিনাৰ