సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : নাৰীৰ স্তনদেশ
ఉదాహరణ : মাকে কেঁচুৱাটোক পিয়াহ খুৱাই আছে
పర్యాయపదాలు : কুচকুম্ভ, গাখীৰ, দুদু, পিয়াহ, পয়োধৰ, পয়োভাৰ
అర్థం : মাইকী জাতিৰ গাখীৰ জমা হোৱা অংশ
ఉదాహరణ : মাকে নিজৰ স্তনৰ গাখীৰ নিজৰ কেচুৱাক খুৱায় গাই গৰুৰ ওহাৰ দেখি তাৰ পৰা গাখীৰ ওলাবনে নোলায় জানিব পাৰি
పర్యాయపదాలు : ওহাৰ, কুচকুম্ভ, পিয়াহ, পয়োধৰ, পয়োভাৰ, বাত
అర్థం : নাৰীৰ দুগ্ধ উৎপাদক অংগ দুটাৰ প্রতিটো
ఉదాహరణ : এটা কণমানি লʼৰাই এগৰাকী তৰুণীৰ স্তন পান কৰি আছিল
పర్యాయపదాలు : পিয়াহ, পয়োধৰ
ఆప్ స్థాపించండి