పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి স্কুল అనే పదం యొక్క అర్థం.

স্কুল   বিশেষ্য

అర్థం : কোনো শৈক্ষিক সংস্থাৰ শিক্ষক, বিদ্যার্থী আদি

ఉదాహరణ : পোন্ধৰ আগষ্টত সম্পূর্ণ বিদ্যালয়ে খেল ধেমালিত অংশগ্রহণ কৰিলে

పర్యాయపదాలు : বিদ্যালয়

అర్థం : সৃজনাত্মক কলাকাৰ বা ৰচক বা বিচাৰকৰ সমষ্টি, যাৰ শৈলী একে বা যি একে গুৰুৰে সম্পর্কিত

ఉదాహరణ : পতঞ্জলি পাণিনী স্কুলৰ এজন শ্রেষ্ঠ বৈয়াকৰণ আছিল

పర్యాయపదాలు : পঢ়াশালী, বিদ্যালয়

అర్థం : যি সময়সীমাৰ ভিতৰত স্কুলৰ শিক্ষাদান আদি কার্য হয়

ఉదాహరణ : স্কুলৰ পিছত আমি চিধা ঘৰলৈ যাম মোৰ স্কুল চাৰি বজালৈকে হয়

పర్యాయపదాలు : বিদ্যালয়

అర్థం : যি স্থানত প্রাথমিক, মাধ্যমিক বা উচ্চ মাধ্যমিক স্তৰত আনুষ্ঠানিক শিক্ষা প্রদান কৰা হয়

ఉదాహరణ : এই বিদ্যালয়খনত প্রথম শ্রেণীৰ পৰা পঞ্চম শ্রেণীলৈকে শিক্ষা প্রদান কৰা হয়

పర్యాయపదాలు : পাঠশালা, বিদ্যালয়

అర్థం : যি ঠাইত বিদ্যা প্রদান কৰা হয়

ఉదాహరణ : আমাৰ বিদ্যালয়ত এঘাৰটা কোঠা আছে

పర్యాయపదాలు : পঢ়াশালি, পাঠশালা, বিদ্যাপীঠ, বিদ্যালয়