సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : ৰোগ বা পীড়া আদিৰ ৰৈ ৰৈ উঠা বেগ
ఉదాహరణ : বিষৰ কোব উঠাৰ লগে-লগে তেওঁ চিঞৰি উঠিল
పర్యాయపదాలు : কোব, বেগ
అర్థం : বৈ যোৱা কার্য ্বা ভাব
ఉదాహరణ : তেওঁ ্পানীৰ ্সোঁতত উটি গʼল
పర్యాయపదాలు : ধাৰা, প্রবাহ, বেগ
అర్థం : বায়ুৰ প্রৱাহ
ఉదాహరణ : জিলমিলিয়া ৰʼদ আছিল আৰু ৰৈ ৰৈ বতাহৰ সোঁত বৈ আছিল
అర్థం : বৈ থকা বা প্রৱাহিত হৈ থকা দ্রৱ
ఉదాహరణ : নদীৰ ্সোঁতক বাধাদি বান্ধ নির্মাণ কৰা হয়
పర్యాయపదాలు : ধাৰ, ধাৰা, প্রৱাহ
ఆప్ స్థాపించండి