అర్థం : যুদ্ধৰ কাৰণে প্রশিক্ষিত আৰু অস্ত্র-শস্ত্রৰে সজ্জিত সৈনিক বা চিপাহীৰ গোট
ఉదాహరణ :
ভাৰতীয় সেনাবাহিনীয়ে শত্রুৰ শৃংখলা ছেদেলি-ভেদেলি কৰি দিলে
పర్యాయపదాలు : ফৌজ, সেনা, সেনাদল, সেনানী, সেনাবাহিনী
అర్థం : সেনাৰ সমূহ
ఉదాహరణ :
আলেকজেণ্ডাৰৰ পিছত ্তেওঁৰ দক্ষ সেনাবাহিনী গৈ আছে
పర్యాయపదాలు : সেনাদল, সেনাবাহিনী