పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి সেৱা అనే పదం యొక్క అర్థం.

সেৱা   বিশেষ্য

అర్థం : জ্যেষ্ঠ, পূজনীয়, স্বামী আদিৰ সুখৰ কাৰণে কৰা কাম

ఉదాహరణ : তেওঁ দিন-ৰাতি মাক-দেউতাকৰ সেৱাত ব্রতী হৈ থাকে

పర్యాయపదాలు : পৰি্চর্যা

అర్థం : কোনো বিশেষ বিভাগৰ দায়িত্বত থকা সার্বজনিক বা ৰাজহুৱা কার্য

ఉదాహరణ : আজিকালি ৰেল আৰু বিমান সেৱা অধিক সুচল হৈ পৰিছে

అర్థం : নকৰ বা চাকৰৰ কাম

ఉదాహరణ : এই ঘৰটোৰ সেৱা মই আজি কুৰি বছৰ ধৰি কৰি আহিছো

అర్థం : আনৰ বাবে কর্তব্যৰ পালন, স্থানৰ ব্যৱস্থাআৰু সহায়কাৰী উপকৰণ আদি

ఉదాహరణ : ইয়াৰ হোটেলবোৰত ভাল সেৱা পোৱা যায়

అర్థం : ভৰি চুই আদৰপূর্বক অভিবাদন জনোৱা কার্য

ఉదాహరణ : তেওঁ গুৰুক ্সেৱা জনালে

పర్యాయపదాలు : প্রণাম