పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి সৃষ্টি అనే పదం యొక్క అర్థం.

সৃষ্টি   বিশেষ্য

అర్థం : যি ঠাইত আমি প্রাণীবোৰে বাস কৰো

ఉదాహరణ : সংসাৰত জন্মিলে এদিন মৰিবই লাগিব

పర్యాయపదాలు : ইহজগত, ইহলোক, জগত, জাহান, জীৱলোক, দুনীয়া, ধৰাতল, নৰলোক, পৃথিৱী, পৃথিৱীলোক, বসুধা, বিশ্ব, ভুৱন, ভৱসাগৰ, মনুষ্যলোক, মর্ত্যলোক, মৰজগত, লোক, সংসাৰ

అర్థం : অনন্ত লোক অর্থাৎ তৰা, গ্রহ, নক্ষত্র আদিৰে ভৰি থকা বিশ্ব

ఉదాహరణ : ব্রহ্মাণ্ড ৰহস্যৰে ভৰপূৰ

పర్యాయపదాలు : অখিল বিশ্ব, অন্তৰীক্ষ বিশ্বচৰাচৰ, জগত চক্র, নিখিল বিশ্ব, নিখিল ভুৱন, বিশ্ব মণ্ডল, বিশ্ব-ব্রহ্মাণ্ড বিশ্ব ব্রহ্মাণ্ড, বিশ্বচক্র, বিশ্বজগত, বিশ্বব্রহ্মাণ্ড, বিশ্বসৃষ্টি, বিৰাট, ব্রহ্মমণ্ডল, ব্রহ্মাণ্ড, মহাজগত, মহাবিশ্ব

అర్థం : ৰচনা কৰা বা বনোৱা কার্য ্বা ভাব

ఉదాహరణ : ধর্মগ্রন্থ অনুসৰি জগতৰ সৃষ্টি ব্রহ্মাই কৰিছিল

పర్యాయపదాలు : নির্মিতি, নি্র্মাণ, সর্জ্জন, সৃজন, স্রজন, ৰচনা

అర్థం : কোনো নতুন ধৰণৰ কাম কৰা কার্য

ఉదాహరణ : তেওঁৰ সৃষ্টি কৰাত উৎসাহ আছে

పర్యాయపదాలు : উদ্ভাৱন, নি্র্মাণ