పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి সূর্য అనే పదం యొక్క అర్థం.

সূর্য   বিশেষ্য

అర్థం : সৌৰজগতৰ আটাইতকৈ ডাঙৰ নক্ষত্র, যিয়ে আমাক তাপ আৰু পোহৰ দিয়ে

ఉదాహరణ : সূর্য সকলো শক্তিৰ মূল উৎস সূর্য ্ সৌৰজগতৰ মূল কেন্দ্রবিন্দু

పర్యాయపదాలు : অংশুমান, অৰুণ, আদিত্য, চকা, চাকা, তপন, দিননাথ, দিবাকৰ, প্রভাকৰ, বেলি, ভানু, ভাস্কৰ, মিহিৰ, সবিতা, সূৰুয, ৰবি

అర్థం : চাৰিওফালে গ্রহ-উপগ্রহ আদিয়ে পর্যবেক্ষণ কৰি থকা এক নক্ষত্র বিশেষ

ఉదాహరణ : অন্তৰীক্ষত বহুতো সূর্য আছে

పర్యాయపదాలు : সূর্য্য

అర్థం : হিন্দু ধর্মগ্রন্থত বর্ণিত এজন দেৱতা

ఉదాహరణ : বেদতো সূর্যদেৱক পূজা কৰাৰ বিধান আছে

పర్యాయపదాలు : অংশুমান, অংশুমালী, অর্ক, অহঃপতি, অৰুণ, আদিত্য, ঊষাপতি, কমলিনীনায়ক, কাশ্যপেয়, কিৰণমালী, গ্রহপতি, গ্রহৰাজ, চিত্রৰথ, জগচক্ষু, জ্যোতিষ্মান, তপন, তমোঘ্ন, তমোপহ, তমোহৰ, তিমিৰাৰি, দিনকৰ, দিননাথ, দিনপতি, দিনমণি, দিনেশ, দিবাকৰ, দিবানাথ, দিবাবসু, দিবামণি, দ্যুমণি, নভশ্চক্ষু, পদ্মপাণি, পূষণ, প্রভাকৰ, বিবস্বান, বিভাকৰ, বিভাবসু, বেলি, ভানু, ভাস্কৰ, মার্ত্তণ্ড, মিত্র, মিহিৰ, মৰীচিমালী, সপ্তাশ্ববাহন, সহস্রাংশু, সুৰোত্তম, সূর্য ্দেৱতা, সূর্যদেৱ, ৰবি

అర్థం : যাৰ সূর্যৰ নিচিনা শক্তি, তীক্ষ্ণতা আদি আছে

ఉదాహరణ : সুৰদাসক হিন্দী সাহিত্যৰ সূর্য বুলি কোৱা হয়

పర్యాయపదాలు : দিনমণি, সূৰজ