అర్థం : নাটকৰ ভূমিকাৰ বর্ণ্্না কৰি কাহিনী ভাগ আগবঢ়াই লৈ যোৱা এটি গুৰুত্বপূর্ণ চৰিত্র
ఉదాహరణ :
সূত্রধাৰে মঞ্চলৈ আহি নাটকৰ শুভাৰম্ভ কৰিলে
పర్యాయపదాలు : কথক
అర్థం : যি কোনো কামৰ আৰম্ভণি কৰে
ఉదాహరణ :
ইয়াৰ আঁত ধৰোঁতা কোন?
పర్యాయపదాలు : আঁত ধৰোঁতা, গুৰি ধৰোঁতা