పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి সূত্র అనే పదం యొక్క అర్థం.

সূত্র   বিশেষ্য

అర్థం : যি সাংকেতিক পদ বা শ্্ব্দত কোনো বস্তু বনোৱা বা কার্য ্কৰাৰ মূল সিদ্ধান্ত প্রক্রিয়া আদিৰ সংক্ষিপ্ত বিধান নিহিত হৈ থাকে

ఉదాహరణ : শক্তিৰ বাবে দিয়া আইনষ্টাইনৰ সূত্রটো কওক

అర్థం : কপাহ, ৰেচম আদিৰ পৰা তৈয়াৰ কৰা দীঘল মিহি ্ আঁহ, যি বোৱা-কটাত ব্যৱহাৰ হয়

ఉదాహరణ : এই শাৰীখন পাট সূতাৰে তৈয়াৰী

పర్యాయపదాలు : গুণ, সূতা, ৰজ্জু

అర్థం : যাৰ সহায়ত কোনো খবৰৰ উমান লʼব পাৰি উৎস সম্পর্কে অৱগত হʼব ্পাৰি

ఉదాహరణ : বিশ্বস্ত সূত্রৰ পৰা জানিব পৰা গৈছে যে কিছুমান পাকিস্তানী চোৰাংচোৱা এই চহৰখনত আছে

అర్థం : কম শ্্ব্দৰ দ্বাৰা কোৱা যি বচন বা পদত ডাঙৰ আৰু গূঢ় অর্থ ্থাকে

ఉదాహరణ : গুৰুদেৱৰ পৰা মই জীৱন নি্র্বাহৰ সূত্র পালো