సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : ভাল গোন্ধ
ఉదాహరణ : ফুলৰ সুগন্ধই বাগিচাখন আমোলমোলাই আছে
పర్యాయపదాలు : নি্র্যাস, পৰিমল, সুগন্ধ, সুঘ্রাণ, সুবাস, সৌগন্ধ, সৌৰভ, সৌৰভ্য
అర్థం : গাখীৰৰ কাৰণে প্রসিদ্ধ এবিধ চাৰিঠেঙীয়া শিং থকা পোহনীয়া তৃণভোজী মাইকী প্রাণী
ఉదాహరణ : গাইজনীয়ে পোৱালিটোক গাখীৰ খুৱাই আছে
పర్యాయపదాలు : গাই, গাইগৰু, গাভী, ধেনু
ఆప్ స్థాపించండి