అర్థం : যাক ৰক্ষা কৰা হৈছে
ఉదాహరణ :
সেনাৰ দ্বাৰা দেশৰ সীমা ভালদৰে সুৰক্ষিত হৈ আছে
పర్యాయపదాలు : ৰক্ষিত
అర్థం : যাক ভালদৰে ৰক্ষা কৰা হৈছে
ఉదాహరణ :
আপোনাৰ লʼৰাটো মোৰ ওচৰত সুৰক্ষিত হৈ আছে
అర్థం : হানি নোহোৱাকৈ থকা এক স্থিতি বা পৰিস্থিতি
ఉదాహరణ :
আন্ধাৰ হোৱাৰ আগতেই আমি এক সুৰক্ষিত ঠাইত গৈ উপনীত হʼলো
పర్యాయపదాలు : নিৰাপদ