సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : ভাল চৰিত্রৰ বা যাৰ চাল-চলন ভাল
ఉదాహరణ : চৰিত্রবান লোকহে সমাজৰ প্রকৃত কর্ণ্্ধাৰ স্বৰূপ হʼব পাৰে
పర్యాయపదాలు : চৰিত্রবান, শিষ্টাচাৰী, সচ্চৰিত্র, সদাচাৰী
అర్థం : যাৰ স্বভাৱ ভাল
ఉదాహరణ : সৌম্য লোকে নিজৰ আচৰণৰ দ্বাৰা সকলোৰে হৃদয় জয় কৰে
పర్యాయపదాలు : সুজন, সৌম্য
అర్థం : অত্যন্ত সুন্দৰ
ఉదాహరణ : সীতাৰ লʼৰাটো বৰ ধুনীয়া
పర్యాయపదాలు : ধুনীয়া, সুচাৰু
ఆప్ స్థాపించండి