సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যি লিখা-পঢ়া জানে বা যিয়ে শিক্ষাগ্রহণ কৰিছে
ఉదాహరణ : শিক্ষিতসকলে শিক্ষাৰ প্রচাৰ-প্রসাৰ কৰা উচিত
పర్యాయపదాలు : পঢ়া-লিখা জনা-, লিখা-পঢ়া জনা-, শিক্ষিত, সাক্ষৰ
అర్థం : যিয়ে অধিক বিদ্যা আহৰণ কৰিছে
ఉదాహరణ : আজিৰ সভাত কেইবাজনো বিদ্বানে ভাষণ প্রদান কৰিছিল
పర్యాయపదాలు : কৃতবিদ্য, জ্ঞানী, বিজ্ঞ, বিদগ্ধ, বিদ্বান, বিদ্যাৱান, সুধী
అర్థం : যিয়ে ভাল শিক্ষা লাভ কৰিছে
ఉదాహరణ : সুশিক্ষিত লোকৰ সংগ লোৱাটো ভাল
ఆప్ స్థాపించండి