అర్థం : কমলাৰ বাকলিৰ নিচিনা ৰং বা ৰঙা আৰু হালধীয়া মিহলাই উলিওৱা ৰং
ఉదాహరణ :
চিত্রশিল্পীজনে কমলা ৰঙেৰে ছবিখন বুলাই আছে
పర్యాయపదాలు : কমলা, কমলা ৰং, সুমথিৰা ৰং
అర్థం : নেমুজাতীয় এবিধ মজলীয়া আকাৰৰ গছ
ఉదాహరణ :
কমলা গছৰ ফল খাবলৈ মিঠা, সুগন্ধি ৰসাল
పర్యాయపదాలు : কমলা, কমলা গছ, সুমথিৰা গছ, সোণতৰা গছ