సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যি আনন্দ দিয়ে বা যাৰ পৰা আনন্দ বা প্রসন্নতা পোৱা যায় বা যি প্রসন্নতাৰ কাৰণ হয়
ఉదాహరణ : আপোনাৰ সংগই মোৰ বাবে আনন্দ
పర్యాయపదాలు : আনন্দ, প্রসন্নতা, হর্ষ, ্আনন্দদায়ক
అర్థం : যিয়ে আনন্দ প্রদান কৰে
ఉదాహరణ : মোৰ ভ্রমণটো আনন্দদায়ক আছিল অন্তাক্ষৰী এটা আনন্দপ্রদ খেল
పర్యాయపదాలు : আনন্দকাৰী, আনন্দদায়ক, আনন্দদায়ী, আনন্দপ্রদ, ৰমণীয়
అర్థం : যিয়ে সকলো সুখ লাভ কৰিছে বা যিজন সুখত থাকে:আমি সকলোৰে সুখী জীৱন কামনা কৰোঁ
ఉదాహరణ :
పర్యాయపదాలు : সুখকাৰক, সুখকৰ, সুখজনক, সুখময়, সুখী
అర్థం : সুখ বা আনন্দ দিওতাঁ
ఉదాహరణ : আপোনাৰ সান্নিধ্য মোৰ বাবে সুখদায়ক
పర్యాయపదాలు : সুখকাৰী, সুখদায়ক, সুখদায়ী, সুখপূর্ণ, সুখী
ఆప్ స్థాపించండి