అర్థం : সিন্ধু প্রদেশৰ অধিবাসী
ఉదాహరణ :
এই নগৰখনৰ অর্থব্যৱস্থাত সিন্ধীসকলৰ বহুত ডাঙৰ অৱদান আছে
అర్థం : সিন্ধুৰ ভাষা
ఉదాహరణ :
ৰাজ্য চৰকাৰ সিন্ধী আৰু ্উর্দুৰ বিকাশৰ কাৰণে সচেতন
పర్యాయపదాలు : সিন্ধী ভাষা, সিন্ধী-ভাষা
అర్థం : সিন্ধু প্রদেশত বসতি কৰোতা
ఉదాహరణ :
উল্হাস নগৰত থকা সিন্ধী লোকৰ ইউ এছ এ নামৰ এটা সংগঠন আছে
పర్యాయపదాలు : সিন্ধী বাসী, সিন্ধীবাসী
అర్థం : সিন্ধী ভাষাৰ সৈতে সম্বন্ধিত বা সিন্ধী ভাষাৰ
ఉదాహరణ :
তেওঁ নিজৰ সিন্ধী গ্রন্থৰ ইংৰাজীলৈ অনুবাদ কৰি আছে