పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి সিদ্ধান্ত అనే పదం యొక్క అర్థం.

সিদ্ধান্ত   বিশেষ্য

అర్థం : ভাবি-চিন্তি সঠিক নি্র্ণয় ্ কৰা বা ফলাফল উলিওৱা ক্রিয়া

ఉదాహరణ : মোৰ সমস্যাৰ সমাধান হৈ গʼল

పర్యాయపదాలు : নিষ্পত্তি, মীমাংসা, সমাধান, সমিধান

అర్థం : প্রমাণিত হোৱা কার্য

ఉదాహరణ : সিদ্ধান্তৰ অবিহনে কাৰো ওপৰত দোষ আৰোপ কৰা উচিত নহয়

పర్యాయపదాలు : প্রমাণ

అర్థం : কোনো কার্য কেনে হোৱা উচিত তাৰ ঔচিত্য আৰু অনৌচিত্য আদি বিচাৰ কৰি কোনো মতত উপনীত হোৱা কার্য

ఉదాహరణ : তেওঁ ঘৰৰ ্পৰা বেলেগ হৈ থাকিবলৈ সিদ্ধান্ত লʼলে

పర్యాయపదాలు : নি্র্ণয়

అర్థం : ব্যৱহাৰ বা আচৰণৰ বিষয়ত নীতি, ্ধর্ম, বিধি আদিৰ জৰিয়তে নিশ্চিত কৰা ৰীতি বা প্রতিবন্ধতা

ఉదాహరణ : আমি নিজৰ নিয়মৰ পালন কৰা উচিত

పర్యాయపదాలు : কায়দা, নিয়ম, বাদ

అర్థం : ঋষি আদিৰ মান্য উপদেশ

ఉదాహరణ : শংকৰাচার্যৰ অদ্বৈত সিদ্ধান্তক সকলোৱে নামানে

పర్యాయపదాలు : বাদ, মত

అర్థం : বাদী তথা প্রতিবাদীৰ কথা আৰু তর্ক শুনি তাৰ ঠিক হোৱা বা নোহোৱাৰ সম্বন্ধত আদালতৰ দ্বাৰা মত স্থিৰ কৰা কার্য

ఉదాహరణ : বহুত দিনৰ পৰা চলি অহা মোকর্দ্্মাৰ নি্র্ণয় ্কালি হৈ গʼল

పర్యాయపదాలు : নি্র্ণয়

అర్థం : কোনো পণ্ডিত লোকে প্রতিষ্ঠা কৰা বিদ্যা, কলা আদিৰ সম্বন্ধে কোৱা মূল কথা বা মত যিটো সকলো লোকে মানি লয়

ఉదాహరణ : ডাৰউইনে ক্রমবিকাশৰ মতবাদ অনুসৰি মানুহৰ নেজ আছিল

పర్యాయపదాలు : বাদ, মত, মতবাদ

అర్థం : কিহবাৰ দ্বাৰা কোনো বস্তু বা কথাৰ স্থিতি প্রতিপন্ন কৰা

ఉదాహరణ : বহুত যত্নৰ পিছত আমি এই পৰিণতিত উপনীত হৈছোঁ যে ৰাম এজন ভাল লʼৰা

పర్యాయపదాలు : পৰিণতি