అర్థం : সিংহল দ্বীপৰ অধিবাসী
ఉదాహరణ :
সিংহলী আৰু তামিল দুয়োপক্ষই শ্রীলংকাৰ সমস্যাৰ শীঘ্রে সমাধান হোৱাটো বিচাৰে
పర్యాయపదాలు : শ্রীলংকা বাসী, শ্রীলংকা-বাসী, শ্রীলংকাবাসী, সিংহল
అర్థం : সিংহল দ্বীপৰ ভাষা
ఉదాహరణ :
শ্রীলংকাত সিংহলী তথা তামিল দুয়োটা ভাষাৰ প্রচলন আছে
అర్థం : পালি, সিংহলী আদি ভাষা লিখা লিপি
ఉదాహరణ :
তেওঁ সিংহলীত লিখা শ্্ব্দবোৰ পঢ়িবলৈ চেষ্টা কৰি আছে
పర్యాయపదాలు : সিংহলী লিপি
అర్థం : সিংহল দ্বীপ বা সিংহল দ্বীপৰ সৈতে সম্বন্ধ থকা
ఉదాహరణ :
সিংহলী সমস্যাই দেশৰ বিকাশত বাধা-প্রদান কৰি আছে
పర్యాయపదాలు : শ্রীলংকান
అర్థం : সিংহল দ্বীপত থকা
ఉదాహరణ :
বোমা বিস্ফোৰণত ভালেমান সিংহলী সৈন্য নিহত হʼল
అర్థం : সিংহলী ভাষা সম্বন্ধীয় বা সিংহলী ভাষাৰ
ఉదాహరణ :
মই সিংহলী সাহিত্য পঢ়িবলৈ ভাল পাওঁ