సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : ডিঙিত কেশৰ থকা মেকুৰী প্রজাতিৰ আটাইতকৈ বেছি বলবান হিংস্র বনৰীয়া জন্তু
ఉదాహరణ : কবিয়ে এই কবিতাটোত শিৱাজীক সিংহৰ লগত তুলনা কৰিছে
పర్యాయపదాలు : কেশৰী, পশুৰাজ, মৃগপতি, মৃগেন্দ্র, মৃগৰাজ
అర్థం : জ্যোতিষ শাস্ত্র অনুসৰি দ্বাদশ ৰাশিৰ মাজৰ পঞ্চম ৰাশি
ఉదాహరణ : এই সময়ত সূর্য্য সিংহত আছে
పర్యాయపదాలు : সিংহ ৰাশি, সিংহৰাশি
అర్థం : সিংহ জাতিৰ মতা
ఉదాహరణ : সিংহৰ ডিঙিত দীঘল দীঘল কেশৰ থাকে
పర్యాయపదాలు : কেশৰী, পশুৰাজ, মতা সিংহ, মৃগপতি, মৃগেন্দ্র, মৃগৰাজ
ఆప్ స్థాపించండి