పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి সাৰ అనే పదం యొక్క అర్థం.

সাৰ   বিশেষ্য

అర్థం : খেতিৰ ফচল বৃদ্ধি হʼবৰ কাৰণে খেতিত দিয়া গেলা-পচা বস্তুৰে প্রস্তুত কৰা পদার্থ ্ বা কৃত্রিম পদার্থ

ఉదాహరణ : খেতিত সাৰ প্রয়োগ কৰিলে তাৰ উর্বৰ্া শক্তি বৃদ্ধি হয়

అర్థం : গৰুৰ মল বা বিষ্ঠা

ఉదాహరణ : হিন্দু ধার্মিক অনুষ্ঠানত গোবৰৰ আৱশ্যক হয়

పర్యాయపదాలు : গো-পুৰীষ, গো-বিষ্ঠা, গোবৰ, গোমল, গোময়

అర్థం : কোনো পদার্থ আদিৰ বাস্তৱিক বা প্রধান অংশ

ఉదాహరణ : এই অধ্যায়টোৰ সাৰ এইটোৱেই যে আমি সদায় সঁ্চা কথা কোৱা উচিত

పర్యాయపదాలు : তত্ত্ব, শ্রেষ্ঠাংশ, সাৰ তত্ত্ব, সাৰ বস্তু