అర్థం : কোনো বিষয়ত, কবি বা লেখকৰ সৈতে সম্বন্ধ ৰখা সকলো গ্রন্থ আৰু লেখা আদিৰ সমূহ
ఉదాహరణ :
অসমীয়াত বৈষ্ণৱ সাহিত্যৰ বিশেষ ধৰণৰ গুৰুত্ব
అర్థం : কোনো ভাষা অথবা দেশৰ সকলো গ্রন্থ, লেখা আদিৰ সমূহ
ఉదాహరణ :
সাহিত্য সমাজৰ দাপোণ স্বৰূপ
అర్థం : সাহিত্যৰ অধ্যয়ন কৰা শিক্ষাৰ এক বিশেষ ধৰণৰ শাখা
ఉదాహరణ :
তেওঁ অসমীয়া সাহিত্যত এম এ কৰিছে