అర్థం : যি চেষ্টা কৰি কোনো কার্য ্বা উদ্দেশ্য পূর্ণ কৰি লয়
ఉదాహరణ :
মোহন এই কামত সফল হʼল
పర్యాయపదాలు : কৃতকার্য, কৃতকার্য্য, কৃতকৃত্য, সফল, সফল মনোৰথ, সফলকাম, সিদ্ধকাম, সিদ্ধমনোৰথ
అర్థం : যাৰ ফল বা পৰিণাম আছে বা হৈছে
ఉదాహరణ :
অৱশেষত কুসুমৰ কঠোৰ পৰিশ্রম সার্থক হʼল