సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : সামান্য বা সাধাৰণ হোৱাৰ ভাব বা অৱস্থা
ఉదాహరణ : চাৰিত্রিক সৰলতা ডাঙৰ-ডাঙৰ বিদ্বানৰ এক গুণ
పర్యాయపదాలు : অমায়িকতা, ঋজুতা, সহজতা, সৰলতা
అర్థం : কমি যোৱা অৱস্থা বা ভাব
ఉదాహరణ : সময় কম হোৱা কাৰণে মই তালৈ যাব নোৱাৰিলো
పర్యాయపదాలు : অকুলন, অপর্যাপ্ততা, অপর্যাপ্তি, অপ্রতুলতা, অপ্রাচুর্য্য, অভাৱ, অল্পতা, অল্পত্ব, কম, চুটা, টুটনি, নাটনি, ন্যূনতা, স্বপ্লতা, স্বপ্লত্ব
ఆప్ స్థాపించండి