అర్థం : কাৰোবাক দুই বাহুৰে মেৰাই ধৰা কার্য
ఉదాహరణ :
জীয়েকে প্রণাম কৰোতেই দেউতাকে তাইক আঁকোৱালি লʼলে
పర్యాయపదాలు : আঁকোৱালি লোৱা, আলিংগন কৰা, আলিঙ্গন কৰা, গবামাৰি ধৰা
అర్థం : দুটা বস্তু এক কৰিবলৈ পৰস্পৰৰ পিঠি বা তল লগ লগোৱা
ఉదాహరణ :
শিশুটোৱে ভয় খাই মাকৰ কোলাত লিপিট খাই ধৰিলে শল্য চিকিৎসাৰ দ্বাৰা তেওঁৰ ্ কটা আঙুলিটো লগ লাগিল
పర్యాయపదాలు : আঠা লগা, লগ লগা, লাগি ধৰা, লিপিট খোৱা