సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কার্য আৰম্ভ কৰি সিদ্ধ বা সম্পূর্ণ ্কৰা কার্য
ఉదాహరణ : তেওঁ ্যোগৰ দ্বাৰা স্বাস্থ্য সাধনত নিপুনতা লাভ কৰিলে
అర్థం : যাৰ সহায়ত কোনো কাম সমাধা কৰা হয়
ఉదాహరణ : কুঠাৰ এবিধ সাধাৰণ সঁজুলি
పర్యాయపదాలు : উপকৰণ, যতন, সঁজুলি, হাতিয়াৰ, হাথিয়াৰ
అర్థం : যাৰ দ্বাৰা বা যাৰ সহায়ত কোনো কাম আদি সিদ্ধি হয়
ఉదాహరణ : বাহন ভ্রমণৰ এক মাধ্যম
పర్యాయపదాలు : মাধ্যম
అర్థం : কোনো বস্তু সাজিবলৈ বা কোনো কামত ব্যৱহৃত বস্তু
ఉదాహరణ : তেওঁ ্ বজাৰৰ পৰা নিজৰ লʼৰা-ছোৱালীৰ কাৰণে বিভিন্ন ধৰণৰ খেলা সামগ্রী কিনিলে
పర్యాయపదాలు : উপকৰণ, সামগ্রী
ఆప్ స్థాపించండి