సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো ঘটনা আদিৰ বিষয়ত কাৰোবাৰ সন্মুখত এইবুলি কোৱা কার্য যে এনেকুৱাই হʼল বা নহʼল বা এনেকুৱাই হয় বা নহয়
ఉదాహరణ : আজিকালি মানুহে টকাৰ কাৰণে মিছা সাক্ষীও দিবলৈ কুণ্ঠাবোধ নকৰে
పర్యాయపదాలు : সাক্ষী
అర్థం : কোনো কথাৰ সত্য বা অসত্য নি্র্ণয় কৰিবলৈ দিয়া বক্তব্য বা তত্ত্ব
ఉదాహరణ : প্রমাণ নোপোৱাৰ কাৰণেই অপৰাধীজন বাচি গʼল
పర్యాయపదాలు : চবুত, প্রমাণ
ఆప్ స్థాపించండి