అర్థం : যিটো সংকেতৰ ৰূপত আছে
ఉదాహరణ :
তেওঁলোক দুজনে সাংকেতিক ভাষাত কথা পাতি আছে
అర్థం : সংকেত দিয়া
ఉదాహరణ :
শিশুটোৱে দোকানত সাংকেতিক খেলনাটো লʼবৰ কাৰণে জিদ ধৰিছিল
పర్యాయపదాలు : সংকেতপূর্ণ, সংকেতময়, সঙ্কেতপূর্ণ, সঙ্কেতময়, সাঙ্কেতিক