సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : সামান্য বা সাধাৰণ হোৱাৰ ভাব বা অৱস্থা
ఉదాహరణ : চাৰিত্রিক সৰলতা ডাঙৰ-ডাঙৰ বিদ্বানৰ এক গুণ
పర్యాయపదాలు : অমায়িকতা, ঋজুতা, সামান্যতা, সৰলতা
అర్థం : স্বাভাৱিক হোৱা অৱস্থা
ఉదాహరణ : মীৰাৰ বিৰহ গীতত সমকালীন কবিসকলৰ তুলনাত স্বাভাৱিকতা অধিক বিচাৰি পোৱা যায়
పర్యాయపదాలు : অকৃত্রিমতা, স্বাভাৱিকতা
అర్థం : সহজ হোৱা অৱস্থা বা ভাব
ఉదాహరణ : মোৰ কাৰণে যি কাম কঠিন আছিল অৰুণাই তাক সহজতে কৰি দিলে
పర్యాయపదాలు : ঋজুতা, সহজ, সৰলতা
ఆప్ స్థాపించండి